আগন্তুক তিনিঘণ্টাত বতৰে ল’ব কালৰূপ!

প্ৰয়োজন নহ’লে নোলাব ঘৰৰ পৰা। আগন্তুক তিনিঘণ্টাত বতৰে ল’ব কালৰূপ। বজ্ৰপাতৰ সৈতে হ’ব পাৰে বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। কেইবাখনো জিলাৰ বাবে জাৰি কৰা হৈছে সতৰ্কবাণী। গোৱালপাৰা, কামৰূপ আৰু কামৰূপ(ম) জিলাৰ বাবে জাৰি কৰা হৈছে সতৰ্কবাণী। ইতিমধ্যে ঠায়ে আৰম্ভ আৰম্ভ হৈছে বৰষুণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীত CJPৰ প্ৰতিবাদ; অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক আজি আদালতত হাজিৰ কৰোৱা হ’ব

শনিবাৰে দিল্লী মেট্ৰ’ৰ ৰাজীৱ চক, নতুন দিল্লী, চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট,...

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...