দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

৮ ছেপ্তেম্বৰত গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

পুৱা ১১.২০ মিনিটত প্ৰধানমন্ত্ৰীক সাক্ষাৎ ড০ শৰ্মাৰ। ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ বাবে প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ। জন্ম শতবাৰ্ষিকীৰ মুকলি অনুষ্ঠানৰ বাবে আমন্ত্ৰণ মোদীক।

বায়’-ইথানেল প্ৰকল্পৰ শুভ উদ্বোধনৰ বাবেও প্ৰধানমন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰীয়ে। ৫,৭০০ কোটি টকীয়া গুৱাহাটী ৰিং ৰোডৰ আধাৰশিলাও কৰিব প্ৰধানমন্ত্ৰীয়ে। আজিয়েই গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ৬

শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশৰ হাপুৰ। বিবাহযাত্ৰীৰ বাছ...

৩ খন সফল আই পি এল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এ চি এৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তিনিখন খেলৰ সফল...

গুৱাহাটীত অষ্টম পুৰুষ-মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ

দেশৰ ৩৩ খন ৰাজ্যৰ প্ৰায় আঠশ খেলুৱৈ, প্ৰশিক্ষক, কাৰিকৰী...