১৪টাকৈ ৱেবছাইটত উপলব্ধ হ’ব মেট্রিকৰ ফলাফল

আজি ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল। পুৱাই সামাজিক মাধ্যমযোগে এই ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। পুৱা ১০:৩০ ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল।

১৪টাকৈ ৱেবছাইটত উপলব্ধ হ’ব মেট্রিকৰ ফলাফল https://sebaonline.org, www.results.shiksha, www.assam.shiksha, www.indiaresults.com, www.jagranjosh.com, www.schools9.com, www.indianexpress.com, www.assamresult.in, www.assamjobalerts.com, www.vidyavision.com, www.iresults.net, www.iresults.in, https://www.ndtv.com, https://ndtv.in.

ASSEB RESULTS নামৰ ম’বাইল এপতো উপলব্ধ হ’ব ফলাফল। এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪ লাখ ২৯ হাজাৰ ৪৪৮গৰাকী পৰীক্ষাৰ্থী। ৯৪৪ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা। ১ লাখ ৯০ হাজাৰ ৬৫৩ জন ছাত্ৰ অৱতীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত। ২ লাখ ৩৮ হাজাৰ ৭৯৫ গৰাকী ছাত্ৰী অৱতীৰ্ণ হৈছিল পৰীক্ষাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...