আজি ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল

উৎকণ্ঠাৰ অৱসান ঘটিল। আজি ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল। পুৱা ১০.৩০ বজাত ৱেৱছাইটযোগে লাভ কৰিব ফলাফল। সামাজিক মাধ্যমযোগে এই কথা জনালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইতিহাস গঢ়িলে শুভমন গিলে, পঞ্চমবাৰৰ বাবে লাভ কৰিলে ICCৰ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান

ভাৰতীয় ক্ৰিকেট দলৰ এদিনীয়া আৰু টেষ্ট অধিনায়ক শুভমন গিলে...

অসমৰ ৩০ শতাংশ শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাত পাঠ বুজি নাপায়, শিক্ষকৰ পাঠদানক লৈ মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সেৱা সংকল্প...