GMCHৰ ICUৰ পৰা নিৰুদ্দেশ ৰোগী

GMCHৰ ICUৰ পৰা নিৰুদ্দেশ ৰোগী। চিকিৎসাধীন অৱস্থাতে নিৰুদ্দেশ ৰোগীজন। ৩ এপ্ৰিলৰ নিশা ICUৰ পৰা নোহোৱা হয় লোকজন। নিৰুদ্দিষ্ট ৰোগীজন ৩২ বছৰীয়া বুদ্ধদেৱ বাৰৈ। বামুনীমৈদামৰ ৰে’লৱে কলনীত ঘৰ বুদ্ধদেৱ বাৰৈৰ। ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। দীৰ্ঘদিনে GMCHত বিকল CCTV। যাৰ বাবে ধৰা নপৰিল লোকজন ওলাই যোৱাৰ দৃশ্য। লোকজনৰ কোনো সন্ধান পালে ৮১৩৬০৮৭১০৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

GMCHত উপলব্ধ হ’ব কেন্সাৰৰ উন্নত থেৰাপীৰ সঁজুলি,সঁজুলি ক্ৰয়ৰ বাবে কেবিনেটৰ অনুমোদন

অসমত কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ...

নেপালত কিয় পুতি পেলোৱা হৈছে চিনাক্ত নোহোৱা মৃতদেহ? কেনেকৈ হ’ব মৃতদেহৰ চিনাক্তকৰণ?

নেপালত ভয়াৱহ বানত মৃত্যু হোৱা চিনাক্ত নোহোৱা মৃতদেহসমূহ পুতি...

বয়স-ফিটনেছৰ বাবে সলনি হ’ব নেকি ভাৰতৰ বিশ্বকাপ দল?

২০২৭ৰ এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে ভাৰতীয় ক্ৰিকেট...

১৫ বছৰীয়া বৈভৱৰ কান্ধত ইষ্ট জ’নৰ নেতৃত্বৰ দায়িত্ব

বেংগালুৰুৰ Centre of Excellence (CoE)ত দেওবাৰে অনুষ্ঠিত দুলীপ ট্ৰফীৰ...