যশস্বী লেখিকা, অভিনেত্ৰী গীতালী বৰুৱাৰ আকস্মিক মৃত্যু

যশস্বী লেখিকা, অভিনেত্ৰী গীতালী বৰুৱাৰ আকস্মিক মৃত্যু। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে বৰুৱাই। অসম সাহিত্য সভাৰ ‘বিষ্ণুপ্ৰসাদ ৰাভা বঁটা’ লাভ কৰিছিল তেওঁ। লাভ কৰিছিল ‘মাইকেল মধুসুদন বঁটা’কে ধৰি কেইবাটাও বঁটা-সন্মান। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৪বছৰ। তেওঁৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ বিলাসীপাৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...