হোজাইৰ ডবকাৰ মোবাৰক বস্তিত নিশা আৰক্ষীৰ গুলীচালনা

হোজাইৰ ডবকাৰ মোবাৰক বস্তিত নিশা আৰক্ষীৰ গুলীচালনা। ২ গৰু চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী। এইচ পি তেল ডিপোৰ সন্মুখত ঘটে এই ঘটনা। আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে ২ গৰু চোৰে। আন দুটা চোৰক আটক কৰে আৰক্ষীয়ে। ধৃত কাদেৰ আলী আৰু হাৰুন ৰছিদ নামৰ চোৰ দুটা। আৰক্ষীয়ে জব্দ কৰিছে AS 03M 9587 নম্বৰৰ এখন গাড়ী। আৰক্ষীৰ গুলীচালনাত গাড়ীখনৰ ক্ষতি হ’লেও চোৰৰ গাত লগা নাই গুলী। হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম বৰদলৈৰ নেতৃত্বত চলিছিল অভিযান। ৪ চোৰে উদালিত গৰু চুৰিৰ উদ্দেশ্যে যোৱা বুলি সন্দেহ।।

Popular

More like this
Related

অৱশেষত ৰিয়ান পৰাগৰ নেতৃত্বত জয়ৰ মুখ দেখিলে ৰাজস্থানে

অৱশেষত ৰিয়ান পৰাগৰ নেতৃত্বত জয়ৰ মুখ দেখিলে ৰাজস্থানে। বৰ্ষাপাৰাত...

ভয়াৱহ ৰে’ল দুৰ্ঘটনাই দেশত পুনৰ ভয়াৱহ ৰে’ল দুৰ্ঘটনা, হাহাকাৰ পৰিস্থিতি

দেশত পুনৰ সংঘটিত হ'ল ভয়াৱহ ৰে'ল দুৰ্ঘটনা। ওড়িশাৰ কটকত...

মাহজোৰা ত্যাগ, সংযম, ৰোজাৰ অন্তত কাইলৈ ঈদ

এমহীয়া উপবাস ৰোজাৰ অন্তত ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰিব...

CA অবিহনে কেনেকৈ আয়কৰ ৰিটাৰ্ন দাখিল কৰিব?

২০২৪-২৫ বিত্তীয় বৰ্ষৰ সমাপ্তিৰ লগে লগে, বহুতো কৰদাতাই ভাবিব...