পত্নী-কন্যাক এচিড আক্ৰমণ, পাষণ্ড স্বামী জাহিদুলৰ ভয়ংকৰ কাণ্ড

ৰাজ্যত পুনৰ এচিড আক্ৰমণৰ ঘটনা। অভয়াপুৰীৰ টাপাট্টাৰীত পত্নী আৰু ১১ বছৰীয়া কন্যাক এচিড আক্ৰমণ কৰিলে স্বামীয়ে। পাষণ্ড স্বামী জাহিদুল হকৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ। আহত মাতৃ-কন্যাক হাস্পতালত ভৰ্তি। ঘটনা সংঘটিত কৰিয়েই পলায়ন স্বামীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...