সুৰংগ খহি আবদ্ধ ৮ শ্ৰমিক, পানী জমা হোৱাৰ বাবে ব্যাহত উদ্ধাৰ অভিযান

পুনৰ সংঘটিত হৈছে এক অঘটন। এইবাৰ নিৰ্মীয়মান সুৰংগ খহি আবদ্ধ ৮ শ্ৰমিক। বৰ্তমানেও সুৰংগৰ ভিতৰতে আবদ্ধ শ্ৰমিককেইজন।

এই ঘটনা সংঘটিত হৈছে তেলেংগানাত। সুৰংগ খহি আবদ্ধ ৮ শ্ৰমিক। সুৰংগত পানী জমা হোৱাৰ বাবে উদ্ধাৰ অভিযান ব্যাহত। যোৱা ৫ বছৰ ধৰি চলি আছে সুৰংগ নিৰ্মাণৰ কাম। কৃষ্ণা নৈৰ পানী নালগন্দা জিলালৈ বোৱাই নিয়াৰ বাবে নিৰ্মাণ কৰি থকা হৈছিল এই সুৰংগ। নাগৰকুৰ্নুল জিলাৰ শ্ৰীছেইলাম লেফ্ট বেংক কেনেলত এই দুৰ্ঘটনা। ঘটনাৰ ২৪ ঘণ্টাৰ পাছতো উদ্ধাৰ কৰিব পৰা নাই আবদ্ধ শ্ৰমিকক NDRFৰ উদ্ধাৰকাৰী দলে নিৰন্তৰ চলাই আছে অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...