পুনৰ গুৱাহাটী মহানগৰীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ গুৱাহাটী মহানগৰীত যুৱতীৰ ৰহস্যজনক মৃত্যু। প্ৰেমিকৰ কোঠাত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ। গান্ধীবস্তিৰ ভাড়াঘৰত উদ্ধাৰ মৃতদেহ। মৃত যুৱতীগৰাকী ধেমাজিৰ জন্মেশ্বৰী বসুমতাৰী বুলি চিনাক্ত। মৃতদেহ উদ্ধাৰৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱতীগৰাকীৰ প্ৰেমিক ইন্দ্ৰজিত পাইটক। প্ৰেমিক–প্ৰেমিকাৰ ঘৰ ধেমাজিৰ চিমেন চাপৰিত। দেওবাৰে ধেমাজিৰ পৰা প্ৰেমিকৰ গুৱাহাটীৰ ভাড়াঘৰলৈ আহিছিল যুৱতীগৰাকী। বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবে যুৱতীগৰাকীয়ে চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আগৰকাৰৰ পিছত কোন? নিৰ্বাচক পদক লৈ চৰ্চাৰ মাজতে শ্ৰীকান্তৰ মন্তব্য

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য...

টেলিকম কোম্পানীক লৈ কঠোৰ TRAI; প্ৰয়োজন নথকা ডাটাৰ বাবে গ্ৰাহকে ভৰিব নালাগে অতিৰিক্ত ধন

মোবাইল গ্ৰাহকৰ বাবে বিশেষকৈ ফিচাৰ ফোন ব্যৱহাৰকাৰীসকলৰ বাবে সুখবৰ...

বিশ্বৰ মহাকাশ দৌৰত ভাৰতৰ নতুন লক্ষ্য

মহাকাশ ক্ষেত্ৰত বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰিছে ভাৰতে। ২০৩০ চনৰ...

৩৬ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় মাৰ্ক উডৰ

ইংলেণ্ডৰ তাৰকা পেচ বলাৰ মাৰ্ক উডে ৩৬ বছৰ বয়সত...