গণৰাজ্য দিৱসত কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন?

সমাগত গণৰাজ্য দিৱস । কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন?


দৰঙত পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।
শিৱসাগৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী অতুল বৰাই।
বঙাইগাঁৱত পতাকা উত্তোলন কৰিব মন্ত্ৰী কেশৱ মহন্তই।
চিৰাঙত উৰ্খাও গৌৰা ব্ৰহ্ম, কামৰূপত চন্দ্ৰমোহন পাটোৱাৰী।
ধেমাজিত পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰণোজ পেগুৱে।
নগাঁৱত মন্ত্ৰী অশোক সিংঘল, মাহমৰা সম জিলাত মন্ত্ৰী যোগেন মহন।
গোলাঘাটত অজন্তা নেওগ, শোণিতপুৰত পীযূষ হাজৰিকা।
যোৰহাটত বিমল বৰা, নলবাৰীত জয়ন্তমল্ল বৰুৱা।
বৰপেটাত নন্দিতা গাৰ্লোচা, তিনিচুকীয়াত প্ৰশান্ত ফুকন ।
কাছাৰত কৌশিক ৰায়, শ্ৰীভূমিত কৃষ্ণেন্দু পাল।
লখিমপুৰত ৰূপেশ গোৱালা, কোকৰাঝাৰত প্ৰমোদ বড়ো।
ডিফুত তুলিৰাম ৰংহাং, হাফলঙত দেৱলাল গাৰ্লোচা।


ওদালগুৰিত গোবিন্দ চন্দ্ৰ বসুমতাৰী।
গোৱালপাৰাত নোমল মমিনে কৰিব পতাকা উত্তোলন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...