হে যুদ্ধ বিদায়…ৰাছিয়া–ইউক্ৰেইন যুদ্ধত মৃত্যু ১২ ভাৰতীয়ৰ, সন্ধান নাই ১৬জনৰ

ৰাছিয়া–ইউক্ৰেইন যুদ্ধত প্ৰাণ গৈছে ১২ ভাৰতীয়ৰ। ১৬ জন ভাৰতীয় নিখোজ হৈ আছে।

ভাৰতৰ বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য।


ৰাছিয়াৰ হৈ যুদ্ধত নামিছিল সেইসকল ভাৰতীয়। ভাৰতৰ ১২৬ জন লোকে ৰাছিয়াৰ সেনাত ভৰ্তি হৈছিল । ৯৬ জন ভাৰতীয় নাগৰিক উভতি আহিছে।

উভতি অহাসকলক ৰাছিয়া সেনা বাহিনীয়ে অৱসৰ দিছে। বৰ্তমানো ১৮ জন ভাৰতীয় ৰাছিয়া সেনাত আছে। যুদ্ধত নিহত হোৱা ভাৰতীয় কেইজন কেৰালাৰ বাসিন্দা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...