উমৰাংছ’ত আৰু এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ

উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ। আজি পুৱাই কয়লাখনিত উদ্ধাৰ আন এজন শ্ৰমিকৰ মৃতদেহ। বৰ্তমানলৈ কয়লাখনিটোত উদ্ধাৰ দুটাকৈ মৃতদেহ। মৃত শ্ৰমিকজন উমৰাংছ’ৰ লিজিত মগৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিলা আয়ুক্তলৈ অশ্লীল বাৰ্তা প্ৰেৰণৰ অভিযোগত TVKৰ বিধায়ক অৰুল বিগনেশক গ্ৰেপ্তাৰ

তামিলনাডুত এগৰাকী মহিলা IAS বিষয়াক অশ্লীল বাৰ্তা প্ৰেৰণ আৰু...

জনতা ভৱনৰ বিষয়া-কৰ্মচাৰীৰ সাজ-পোছাক সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি

অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে দিছপুৰৰ জনতা ভৱনত কৰ্মৰত...

৭ বছৰৰ আইনী যুঁজৰ অন্তত Jet Airwaysৰ কৰ্মচাৰীলৈ বৃহৎ সকাহ, ৪৮০ কোটি টকাৰ PF আৰু গ্ৰেচুইটিৰ ধন মুকলি

বন্ধ হৈ যোৱা বিমান সংস্থা Jet Airwaysৰ প্ৰাক্তন কৰ্মচাৰীসকলৰ...