শুভ্ৰ চাদৰৰ তলত সোমাই পৰিছে হিমাচল

আইনাৰ টুকুৰাৰ দৰে সৰিছে বৰফ

শুভ্ৰ চাদৰৰ তলত সোমাই পৰিছে প্ৰকৃতিৰ ৰম্যভূমি

কেউফালে কেৱল বৰফৰ স্তুপ

ডিচেম্বৰৰ শেষৰ পৰা প্ৰবল শীতৰ কবলত পৰিছে হিমাচল প্ৰদেশ


তুষাৰপাতে হিমাচলৰ ৰূপ সলনি কৰিছে


যোৱা কেইবাদিনো ধৰি হিমাচলত পৰিছে বৰফ


বৰফাবৃত্ত হিমাচলত সময় কটাবলৈ ভিৰ কৰিছে পৰ্যটকেও

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৃত্যুক লৈ ব্যৱসায়! প্ৰাক্তন অভিযন্তাৰ কাণ্ডত তোলপাৰ বিশ্ব

মৃত্যুক লৈ ব্যৱসায়! কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘটিল এইখন...

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান। ৮৯ বছৰ বয়সত মুম্বাইৰ...

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...