কথা আছিল ছোৱালীজনীৰ বিয়াখন পতাৰ

কিমান যে সপোন…কথা আছিল ছোৱালীজনীৰ বিয়াখন পতাৰ, বুকুত অজুত সপোন বান্ধি টকাৰ যোগাৰ কৰিবলৈ ওলাই যোৱা মানুহজন এতিয়া কয়লাখনিত আবদ্ধ।

উমৰাংছুৰ কয়লাখনিত আবদ্ধ গোসাঁইগাঁৱৰ সৰ্পা বৰ্মন। সৰ্পা বৰ্মনৰ ঘৰত এতিয়া বিৰাজ কৰিছে অনিশ্চিয়তাই। উল্লেখ্য যে জীয়ৰীৰ বিয়াৰ বাবে টকাৰ যোগাৰ কৰিবলৈকে কয়লাখনিত কাম কৰিবলৈ গৈছিল লোকজন। মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ সৰ্পা বৰ্মনৰ দুই কন্যাৰ, ‘দেউতাৰ বাহিৰে পৰিয়ালক পোহপাল দিবলৈ কোনো নাই। দেউতা সুকলমে উভতি আহক…’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...