মৰিগাঁৱত গ্ৰেপ্তাৰ এজন বাংলাদেশী

মৰিগাঁৱত গ্ৰেপ্তাৰ এজন বাংলাদেশী। নিশা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ মকবুল হুছেইন। ২০২১ৰ ৩১ আগষ্টত মকবুল হুছেইনক ঘোষণা কৰিছিল বাংলাদেশী ৰূপে। বিদেশী ন্যায়াধীকৰণৰ ঘোষণাৰ পিছতে পলাতক আছিল মকবুল হুছেইন। মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মকবুলক প্ৰেৰণ কৰিছে ডিটেনশ্যন কেম্পলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...