অচিনাক্ত বাহনে ২কিলোমিটাৰ চোঁচৰাই নিলে এজনক, গোলাঘাটৰ ৰাজপথত ভয়ংকৰ দুৰ্ঘটনা

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা। দুৰ্ঘটনাত দৈনিক প্ৰাণ হেৰুৱাইছে বহু লোকে। ঘুনীয়া হৈছে বহুজন। তাৰ মাজতে এইবাৰ গোলাঘাটৰ ৰাজপথত ভয়ংকৰ দুৰ্ঘটনা। অচিনাক্ত বাহনে ২কিলোমিটাৰ চোঁচৰাই নিলে এজনক।

গোলাঘাটৰ মৰঙীৰ ৩৯ ৰাষ্ট্ৰীয় ঘাইপথৰ সাৰৰ গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা৷ অচিনাক্ত বাহনে ২ কিলোমিটাৰ চোঁচৰাই নিলে এজনক। দুৰ্ঘটনাত নিহত সাৰৰ গাঁৱৰ টুটু শইকীয়া নামৰ লোকজন। হাজিৰা কৰি চাইকেলেৰে ঘৰলৈ উভতাৰ পথতে এই দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন বাহনখনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...