চৌদিশে আতংক, ভয়ংকৰ ভূমিকম্পত নিহত এজন

প্ৰশান্ত মহাসাগৰীয় দ্বীপ ভানুৱাতুত প্ৰৱল ভূমিকম্প। ৭.৩ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণিত ধ্বংসযজ্ঞ। ভাঙি পৰিল ৰাজধানী প’ৰ্ট ভিলাৰ কেইবাটাও অট্টালিকা। ভূমিকম্পৰ ফলত নিহত এজন, আহত আন কেইবাজনো লোক। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ইফেট উপকূলৰ পৰা ৩০ কিঃমিঃ নিগলত। ভূপৃষ্ঠৰ পৰা ৫৭ কিঃমিঃ গভীৰতাত সৃষ্টি হৈছিল ভূমিকল্পৰ। ভূমিকম্পত ক্ষতিগ্ৰস্ত আমেৰিকা, ফ্ৰান্সৰ দূতাবাসো। সম্পূৰ্ণৰূপে ভাঙি পৰে প’ৰ্ট ভিলাৰ কেইবাটাও আবাসিক অট্টালিকা। ক্ষতিগ্ৰস্ত হয় বহু ব্যৱসায়িক প্ৰতিষ্ঠান, যান-বাহন। ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰে ৰাজধানী চহৰখনৰ বহু পথ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘প্ৰতিবাদ কৰা মানেই জেন জি দেশবিৰোধী নহয়, তেওঁলোক আমাৰেই সন্তান’: ছাত্ৰ প্ৰতিবাদ আৰু ছ’চিয়েল মিডিয়া সম্পৰ্কে RSS প্ৰধান মোহন ভাগৱত

শেহতীয়াকৈ শিক্ষাৰ্থীসকলে কৰা আন্দোলন আৰু প্ৰতিবাদকাৰীসকলক 'দেশবিৰোধী' বুলি দিয়া...

নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ; বানপীড়িত বিদ্যালয় আৰু শিক্ষাৰ্থীলৈ সাহায্য ঘোষণা

ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ উচ্চশিক্ষাক উৎসাহিত কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্রী ড° হিমন্ত...

থাইলেণ্ডত ফুটবল মেচ চলি থকাৰ সময়তে বজ্ৰপাত: ২৪ বছৰীয়া ফুটবলাৰৰ কৰুণ মৃত্যু, আহত আন ১২ জন

থাইলেণ্ডৰ দক্ষিণাঞ্চলৰ নাৰাথিৱাত প্ৰদেশৰ ছুংগাই গোলক চহৰৰ শান্তিপাপ ষ্টেডিয়ামত...