ভয়ংকৰ দুৰ্ঘটনাত জামুগুৰিহাটত থিতাতে নিহত এজন

কোলাত ৫ মহীয়া সন্তান, দুৰ্ঘটনাত পতিত পিতৃ-মাতৃ। ভয়ংকৰ দুৰ্ঘটনাত জামুগুৰিহাটত থিতাতে নিহত এজন। জামুগুৰিহাটৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাটো। অচিনাক্ত বাহনৰ খুন্দাত নিহত শিশুটিৰ পিতৃ। নিহত ব্যক্তিজন পাণপুৰৰ শিৱামাল দাস বুলি চিনাক্ত কৰা হৈছে। পত্নীৰ লগতে ৫ মহীয়া কন্যা সন্তানক লগত লৈ গৈছিল লোকজনে। ৰাষ্ট্ৰীয় ঘাইপথৰে খোজ কাঢ়ি আহি আছিল পৰিয়ালটো। ঘটনাত কথমপি প্ৰাণৰক্ষা আঘাতপ্ৰাপ্ত কন্যা শিশুসহ মাতৃৰ। ১০৮ৰে স্থানীয় ৰাইজৰ সহযোগত আহতক চিকিত্সালয়লৈ প্ৰেৰণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...