গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ’ল এক চাঞ্চল্যকৰ হত্যাকাণ্ড। বিমানজ্যোতি বৈশ্য নামৰ ২১ বছৰীয়া যুৱকক নৃশংস হত্যা। জাপৰিগোগৰ কৃষ্ণ নগৰত সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ড। নিশা ঘৰৰ পৰা ওলাই অহাৰ পথত দুৰ্বৃত্তই আক্ৰমণ। মূৰত গধুৰ সামগ্রীৰে প্ৰহাৰ কৰিছিল বিমান জ্যোতি বৈশ্যক। যুৱকজনক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল GMCHত। GMCHত মৃত্যু গণেশগুৰিৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰী বিমান। পৰিয়ালৰ অভিযোগ বন্ধুৱে মাতি নি হত্যা কৰিছে বিমান বৈশ্যক। দিছপুৰ থানাত এজাহাৰ দাখিল, সম্পন্ন হৈছে যুৱকজনৰ মৰণোত্তৰ পৰীক্ষা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...