হিমাচলৰ সাহিত্য উৎসৱত ইন্দ্ৰাণী মুখাৰ্জীৰ নৃত্যানুষ্ঠানক লৈ বিতৰ্ক

হিমাচলৰ সাহিত্য উৎসৱত ইন্দ্ৰাণী মুখাৰ্জীৰ নৃত্যানুষ্ঠানক লৈ বিতৰ্ক। কন্যা শ্বীনা বৰা হত্যাৰ অভিযোগত মূল অভিযুক্ত ইন্দ্ৰাণী। কছৌলিৰ খুশ্বৱান্ত সিং সাহিত্য উৎসৱত নৃত্য অনুষ্ঠান ইন্দ্ৰাণীৰ। সাহিত্য উৎসৱত এগৰাকী পেনেলিষ্ট হিচাপে অংশগ্রহণ ইন্দ্ৰাণীৰ। সাহিত্য উৎসৱত ইন্দ্ৰাণীৰ অংশগ্রহণক লৈ ব্যাপক প্রতিক্ৰিয়া। সামাজিক মাধ্যমত সাহিত্য উৎসৱৰ আয়োজকক তীব্ৰ গৰিহণা বিভিন্নজনৰ। কন্যা শ্বীনাৰ হত্যাৰ গোচৰত ২০১৫ৰ আগষ্টত গ্রেপ্তাৰ হৈছিল ইন্দ্ৰাণী ২০২২ৰ মে’ মাহত উচ্চতম ন্যায়ালয়ে ইন্দ্ৰাণীক দিছিল জামিন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...