আৰক্ষীৰ নিদ্ৰাৰ সুযোগ লৈ হেণ্ডকাফসহ পলাল ২ চোৰ

পুনৰ নাক কাট খালে অসম আৰক্ষীৰ। এইবাৰ স্মাৰ্ট আৰক্ষীৰ হাতৰ পৰাই পলাল চোৰ। ফটাশিল আৰক্ষীৰ গাড়ীৰ পৰা পলাল ২ বাইক চোৰ। আৰক্ষীৰ নিদ্ৰাৰ সুযোগ লৈ হেণ্ডকাফসহ পলাল ২ চোৰ। স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ আহোতেই গাড়ীৰ পৰা পলাল ৰাহুল ৰাভা আৰু বিকাশ বড়ো নামৰ চোৰ দুটা। সমগ্ৰ বিষয়টো গাপ দিয়াৰ চেষ্টা ফটাশিল আৰক্ষীৰ। ২ চোৰক বিচাৰি বিভিন্ন স্থানত আৰক্ষীৰ অভিযান।

Popular

More like this
Related

সুতীক্ষ্ণ ড০ পৰিধি শৰ্মাৰ অপমৃত্যু!

ড০ পৰিধি শৰ্মা। অসমীয়া পাঠকৰ বাবে এটা পৰিচিত...

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা। ৫ হাজাৰ টকাত...

ডুবাইত স্মৃতি মান্ধনাৰ চিটী ক্ৰিকেট একাডেমী মুকলি, মুখ্য প্ৰশিক্ষক অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ ডন ভাগৱতী

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আইকন স্মৃতি মান্ধানাই ব্ৰিটেইনৰ প্ৰখ্যাত...