নিশা গুৱাহাটীৰ জু-ৰোডৰ এটা স্থানতে দুটাকৈ দুর্ঘটনা

গুৱাহাটীৰ জু-ৰোডত নিশা সংঘটিত হয় ভয়াৱহ দুর্ঘটনা। চাৰিচকীয়া বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত এগৰাকী স্কুটী আৰোহী। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। চানমাৰি দিশৰ পৰা আহি আছিল চাৰিচকীয়া বাহনখন। আহত যুৱতীগৰাকীক স্থানীয় লোকে প্ৰেৰণ কৰে GMCH লৈ। পৰৱৰ্তী সময়ত আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰণ লৈ আহে পৰিস্থিতি। আনহাতে একেটা স্থানতে সংঘটিত হয় আন এটা দুৰ্ঘটনা। ৰৈ থকা ট্ৰাকত খুন্দা বাইক আৰোহীৰ। আহত বাইক আৰোহীক চিকিৎসালয়লৈ প্ৰেৰণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...