বলেৰ’ বাহনে প্ৰায় ৪০০ মিটাৰ পৰ্যন্ত চোঁচৰাই নিলে পাচলি ব্যৱসায়ীক

মহানগৰীৰ শান্তিপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰ’ বাহনৰ খুন্দাত প্ৰাণ হেৰুৱালে পাচলি ব্যৱসায়ীয়ে। বৃহস্পতিবাৰে নিশা সংঘটিত হৈছিল এই দুৰ্ঘটনা। দুৰ্ঘটনাত মৃত্যু তৈয়বুদ্দিন আহমেদ নামৰ পাচলি ব্যৱসায়ীজনৰ। কৰ্মস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথতে পিছফালৰপৰা খুন্দিয়াইছিল বলেৰ’খনে। প্ৰায় ৪০০ মিটাৰমান চোঁচৰাই লৈ গৈছিল তৈয়বুদ্দিনক। প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ সমীপত উদ্ধাৰ হৈছিল মৃতদেহ। ঘটনা সংঘটিত কৰিয়েই বাহনসহ চালকে কৰিছিল পলায়ন। এতিয়াও আটক কৰিব পৰা দুৰ্ঘটনা সংঘটিত কৰা চালকক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...