দিন দুপৰতে এজনক গুলিয়াই উধাও দুৰ্বৃত্ত

কোকৰাঝাৰৰ শান্তিপূৰত দিন দুপৰতে গুলীচালনাৰ ঘটনা। কাজিগাঁও থানাৰ অন্তৰ্গত শান্তিপুৰত এই ঘটনা। গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰীলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ। ছফিকুল ইছলাম নামৰ লোকজনলৈ লক্ষ্য কৰি গুলীচালনা কৰে দুৰ্বৃত্তই। ছফিকুলৰ ঘৰ ধুবুৰীৰ তামাৰহাট থানাৰ অন্তৰ্গত বৰজান গাঁওত। গুলীচালনা কৰি পলায়ন দুৰ্বৃত্তৰ। হাতত গুলী লাগি গুৰুতৰভাৱে আহত হয় ছফিকুল। গুলীচালনা কৰি টকাৰ বেগ লৈ উধাও হয় বাইকত অহা ২ দুৰ্বৃত্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...