হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ জনকৈ লোকৰ

দেশত পুনৰ সংঘটিত হৈছে ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। পুনেত সংঘটিত হোৱা এই দুৰ্ঘটনাত ৩ জনকৈ লোকৰ প্ৰাণ হানি হোৱাৰ খবৰ পোৱা গৈছে। পুনেৰ বাগধন অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনা। অত্যাধিক কুঁৱলীৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

Popular

More like this
Related

দুৰ্ঘটনাত পতিত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন

দুৰ্ঘটনাত পতিত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন। চাংসাৰিৰ চৌকীগে’ট উৰণ...

সুতীক্ষ্ণ ড০ পৰিধি শৰ্মাৰ অপমৃত্যু!

ড০ পৰিধি শৰ্মা। অসমীয়া পাঠকৰ বাবে এটা পৰিচিত...

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা। ৫ হাজাৰ টকাত...

ডুবাইত স্মৃতি মান্ধনাৰ চিটী ক্ৰিকেট একাডেমী মুকলি, মুখ্য প্ৰশিক্ষক অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ ডন ভাগৱতী

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আইকন স্মৃতি মান্ধানাই ব্ৰিটেইনৰ প্ৰখ্যাত...