দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন লাভ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন লাভ। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে কেজৰিৱালৰ। CBIৰ সুৰা নীতি কেলেংকাৰিৰ গোচৰত জামিন লাভ। ২০ লাখ টকাৰ বণ্ডত জামিন লাভ অৰবিন্দ কেজৰিৱালৰ। ২৬ জুনত EDৰ জিম্মাত থাকোঁতে CBIএ গ্রেপ্তাৰ কৰিছিল কেজৰিৱালক। আবকাৰী সুৰা নীতি কেলেংকাৰিৰ গোচৰত ২১ মাৰ্চত EDএ কৰিছিল গ্রেপ্তাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...