ব্যৱসায়ী অশোক গোৱেলৰ হত্যাৰে জড়িত এটা ডকাইতক গ্ৰেপ্তাৰ

ব্যৱসায়ী অশোক গোৱেলৰ হত্যাৰে জড়িত এটা ডকাইতক গ্ৰেপ্তাৰ। বলধমাৰী চৰৰ পৰা গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডকাইতটোক। ধৃত ডকাইতটোৰ নাম জাহিদুল ইছলাম। ডকাইতৰ দলটোৰ গাড়ীচালক আছিল জাহিদুল। দেওবাৰে এটা ডকাইতৰ দলে হত্যা কৰিছিল অশোক গোৱেলক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...