বানত ছিগা পথৰ পৰা পৰি দুজনৰ মৃত্যু, এজন সন্ধানহীন

বানৰ পিছত ধুবুৰীৰ গৌৰীপুৰত ভয়াৱহ ঘটনা। বানত ছিগা পথৰ পৰা পৰি দুজনৰ মৃত্যু, এজন সন্ধানহীন। ৩ বন্ধু একেলগে গৈ আছিল পথেৰে। পথৰ ছিগি যোৱা অংশ পাৰ হ’ব খোজোতে এজন পৰেগৈ খাৱৈত। খাৱৈত পৰা লোকজনক বচাবলৈ গৈ আন দুজনো পৰে খাৱৈত। ৰাইজে দুজনৰ মৃতদেহ উদ্ধাৰ কৰে যদিও এজন এতিয়াও সন্ধানহীন। আনজনৰ সন্ধানত চলি আছে উদ্ধাৰ অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...