ডিব্ৰুগড়ৰ আলুবাৰীত চাঞ্চল্যকৰ ঘটনা

ডিব্ৰুগড়ত চাঞ্চল্যকৰ ঘটনা। উদণ্ড যুৱকৰ দলে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজন যুৱকক। ডিব্ৰুগড়ৰ আলুবাৰীত সংঘটিত হৈছে এই ঘটনা।মৃত যুৱকজনৰ নাম তম্লু সোণাৰ। পুৰণি প্ৰতিশোধৰ বাবে ১০-১২ জনীয়া দলৰ এই কাণ্ড। বুধবাৰে নিশা যুৱকজনক গণ প্ৰহাৰ যুৱকৰ দলটোৰ। নিশাই AMCHত ভৰ্তি কৰোৱা হৈছিল যুৱকজনক। আজি পুৱা মৃত্যুক সাৱটিলে ২৪ বছৰীয়া যুৱকজনে। দীপজ্যোতি ৰাজবংশী নামৰ এজন যুৱকৰ বিৰুদ্ধে অভিযোগ।

Popular

More like this
Related

চীনা সামগ্ৰীৰ ওপৰত পুনৰ আমেৰিকাৰ শুল্ক বৃদ্ধি: ১২৫%ৰ পৰা ১৪৫%লৈ শুল্ক বৃদ্ধি

আমেৰিকা চৰকাৰে চীনৰ পৰা আমদানি কৰা পণ্যৰ ওপৰত শুল্কৰ...

সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমেৰিকা আৰু ভাৰতে একেলগে কাম কৰি যাব : আমেৰিকা

২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত সংঘটিত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ...

২৬/১১ মুম্বাই আক্ৰমণত কথমপি ৰক্ষা পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০০৮ চনৰ ২৬ নৱেম্বৰৰ...

পুনৰ অধিনায়ক হিচাপে আজি খেলপথাৰত নামিব মহেন্দ্ৰ সিং ধোনী

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ জনপ্ৰিয় দল চেন্নাই...