ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ৩৬জনকৈ শ্ৰমিক

ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হৈছে এখন বলেৰ’ পিকআপ ভান। এই দুৰ্ঘটনাত আহত হৈছে ৩৬জনকৈ শ্ৰমিক।

মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী টানগাঁৱত সংঘটিত হৈছে এই দুৰ্ঘটনা। কেঁকুৰি এটা ঘূৰিবলৈ লওতেই নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হয় দুৰ্ঘটনা। দুৰ্ঘটনাত আহত হৈছে ৩৬জনকৈ শ্ৰমিক। আহত আটাইকে হাটশিঙিমাৰী জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। পুঠিমাৰিৰ পৰা বামুণপাৰালৈ গৈ আছিল দুৰ্ঘটনাগ্ৰস্ত বাহনখন। আহত কেইবাজনৰো অৱস্থা অতি সংকটজনক। সংকটজনক অৱস্থাত কেইবাজনকো প্ৰেৰণ কৰা হৈছে গুৱাহাটীলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...