বান সাহাৰ্য দিবলৈ গৈ সন্ধানহীন ৭জনকৈ লোক

মাজুলীত বানৰ মাজতে অঘটন। বানপীড়িতক পশু খাদ্য বিতৰণ কৰিবলৈ গৈ সন্ধানহীন ৭জনকৈ লোক। দক্ষিণ মাজুলীৰ কাৰ্তিক চাপৰি আৰু ভেকেলি চাপৰিত সাহায্য দিব গৈছিল দলটো। এখন ফেৰীৰে বান সাহায্য দিবলৈ গৈছিল দলটো। ভৰা লুইতত দিকবিদিক হেৰুৱালে ফেৰীখনে। ঘটনাস্থলীলৈ ৰাওনা SDRF বাহিনী। সন্ধানহীন সঞ্জীত শইকীয়া, বিপুল হাজৰিকা আৰু অজয় দাস। দলটোত আছে আন ৪জনকৈ শ্ৰমিকো। সন্ধানহীন দুজন ক্ষেত্ৰ সহায়ক আৰু এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিলচৰত বিজেপি-NDAৰ বিজয় উদযাপন। আতচবাজি-মিঠাইৰে আনন্দত মুখ্যমন্ত্ৰী

৪২টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ ৩২খন আসন, অগপৰ দখলত ২খন।...

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...