ধৰ্মীয় অনুষ্ঠানত পদপিষ্ট হৈ মৃত্যু ৫০জনকৈ লোকৰ

উত্তৰ প্ৰদেশত ধৰ্মীয় অনুষ্ঠানত ভয়াৱহ অঘটন। ধৰ্মীয় অনুষ্ঠানত পদপিষ্ট হৈ মৃত্যু শিশু-মহিলাসহ ৫০জনকৈ লোকৰ। উত্তৰ প্ৰদেশৰ হাথৰাছত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। হাথৰাছৰ মোগলগঢ়ি নামৰ গাঁৱখনত আয়োজন হৈছিল এক ধৰ্মীয় অনুষ্ঠানৰ। এই ঘটনাত আহত হৈছে আন বহু সংখ্যক লোক। আহতসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে চলাইছে তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গ্ৰাহকৰ বেশত দোকানত সোমাই চুৰুণীয়ে নিলে কাপোৰ

গ্ৰাহকৰ বেশত দোকানত সোমাই মুহূৰ্ততে লৈ গ’ল প্ৰায় ৩০...

শিল্পী পুতুল সিং টুমুঙৰ অকাল বিয়োগ

ৰাজ্যৰ সাংস্কৃতিক জগতৰ পৰা পুনৰ আহিছে এক দু:খবৰ। গীতিকাৰ,...

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ। CBIয়ে গ্রেপ্তাৰ কৰিছে...

বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো বাহন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইখন বাহন। শ্বাহতাৰা...