নৈৰ বুকুত উটি গ’ল এজন JCOসহ ৪ সেনা জোৱান

লাডাখত সেনাৰ অনুশীলনৰ সময়তে ভয়ংকৰ ঘটনা। নৈৰ বুকুত উটি গ’ল এজন JCOসহ ৪ সেনা জোৱান। নদী পাৰ হ’বলৈ লওঁতে হঠাৎ জলস্তৰ বৃদ্ধি পোৱাত সংঘটিত হয় এই ঘটনা। ৫জন সেনা জোৱানেই শ্বহীদ হয় এই ঘটনাত। ঘটনাত শোক প্ৰকাশ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসম ক্ৰিকেট সন্থাৰ উদ্বোধনী বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগ নিলামৰ বাবে খেলুৱৈৰ তালিকা যুগুত

অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী সংস্কৰণৰ খেলুৱৈৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা...

জিম্বাবুৱে ভ্ৰমণৰ বাবে ভাৰতীয় টি-২০ দল ঘোষণা: বাদ পৰিল সঞ্জু ছেমচন, স্থান পালে ১৫ বছৰীয়া ‘অৰেঞ্জ কেপ’ বিজয়ী বৈভৱে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (BCCI) জিম্বাবুৱেৰ বিৰুদ্ধে হ’বলগীয়া আগন্তুক...

অযোধ্যাৰ ৰাম মন্দিৰত ধন আত্মসাতৰ অভিযোগ: চম্পত ৰায় আৰু অনিল মিশ্ৰৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম মন্দিৰত দান-বৰঙণি আত্মসাতৰ অভিযোগৰ মাজতে...