মুকলি আকাশৰ তললৈ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেন

মুকলি আকাশৰ তললৈ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেন। হেমন্ত চোৰেনৰ জামিন আবেদন মঞ্জুৰ ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ। ভূমি কেলেংকাৰীৰ সৈতে জড়িতৰ অভিযোগত জে’ললৈ গৈছিল চোৰেন। ৩১ জানুৱাৰীত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনক। ৭ ঘণ্টা জোৰা জেৰাৰ অন্তত হেমন্ত চোৰেনক গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। গ্ৰেপ্তাৰৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী পদৰ পৰা কৰিছিল পদত্যাগ। শুকুৰবাৰে বিয়লি বিৰছা মুণ্ডা কেন্দ্ৰীয় জে’লৰ পৰা মুকলি হয় চোৰেন। জে’লৰ বাহিৰত পত্নীসহ অসংখ্য সমৰ্থকে আদৰণি জনায় হেমন্ত চোৰেনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গ্ৰাহকৰ বেশত দোকানত সোমাই চুৰুণীয়ে নিলে কাপোৰ

গ্ৰাহকৰ বেশত দোকানত সোমাই মুহূৰ্ততে লৈ গ’ল প্ৰায় ৩০...

শিল্পী পুতুল সিং টুমুঙৰ অকাল বিয়োগ

ৰাজ্যৰ সাংস্কৃতিক জগতৰ পৰা পুনৰ আহিছে এক দু:খবৰ। গীতিকাৰ,...

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ। CBIয়ে গ্রেপ্তাৰ কৰিছে...

বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো বাহন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইখন বাহন। শ্বাহতাৰা...