অব্যাহত মুষলধাৰ বৰষুণ, ভূমিস্খলনত মৃত্যু ১৪জনৰ

চুবুৰীয়া দেশ নেপালত অব্যাহত আছে মুষলধাৰ বৰষুণ। বৰষুণৰ ফলত ঠায়ে ঠায়ে বৃদ্ধি পাইছে ভূমিস্খলনৰ ঘটনা। দেশখনৰ বহু ঠাইত বিচ্ছিন্ন হৈছে যোগাযোগ ব্যৱস্থা। বিচ্ছিন্ন হৈছে বিজুলী, খোৱাপানী, খাদ্যৰ অভাৱত ভুগিছে বহুলোক। আনফালে এই ভূমিস্খলনত বৰ্তমানলৈকে মৃত্যু হৈছে ১৪জনকৈ লোকৰ। বিগত ২৪ ঘণ্টাত বৃদ্ধি পাইছে মৃতকৰ সংখ্যা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...