বহিঃৰাজ্যত পথ দুৰ্ঘটনাত মৃত্যু অসমৰ দুজন লোকৰ

পুনৰ বহি:ৰাজ্যত মৃত্যু অসমীয়াৰ। বহিঃৰাজ্যত পথ দুৰ্ঘটনাত মৃত্যু অসমৰ দুজন লোকৰ। নিহত লোক দুজন ধুবুৰীৰ চাপৰৰ আছাদ আলী আৰু ধীৰঘাটৰ নুৰ ইছলাম। কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈছিল লোক দুজন। অন্ধ্ৰ প্ৰদেশত ট্ৰাক চলাই পৰিয়াল পোহপাল দিছিল দুয়োজনে। অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকামকুলাৰ জিলাত দুখন ট্ৰাকৰ সংঘৰ্ষত নিহত হয় দুয়োজন লোক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গ্ৰাহকৰ বেশত দোকানত সোমাই চুৰুণীয়ে নিলে কাপোৰ

গ্ৰাহকৰ বেশত দোকানত সোমাই মুহূৰ্ততে লৈ গ’ল প্ৰায় ৩০...

শিল্পী পুতুল সিং টুমুঙৰ অকাল বিয়োগ

ৰাজ্যৰ সাংস্কৃতিক জগতৰ পৰা পুনৰ আহিছে এক দু:খবৰ। গীতিকাৰ,...

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ। CBIয়ে গ্রেপ্তাৰ কৰিছে...

বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো বাহন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইখন বাহন। শ্বাহতাৰা...