নৰাধম পিতৃৰ জঘন্য কাণ্ডই কঁপাইছে ৰাজ্য

চৰাইদেউৰ চিংল’ পথাৰত সংঘটিত হৈছে এক নৃশংস ঘটনা। পিতৃয়ে হত্যা কৰিলে এবছৰীয়া পুত্ৰ সন্তানক। মাতৃৰ কোলাতে এবছৰীয়া পুত্ৰক হত্যা কৰিলে নৰাধম পিতৃয়ে। বিছু তাঁতী নামৰ লোকজনে হত্যা কৰিলে পুত্ৰক। পত্নীয়ে ফোনত কথা পাতি থকাত সন্দেহ উপজিছিল বিছুৰ। বিছু তাঁতীয়ে খঙত চোকা দাৰে আক্ৰমণ কৰিছিল পত্নীক। পত্নীৰ পৰিৱৰ্তে এবছৰীয়া পুত্ৰৰ মূৰত লাগে দাৰ ঘাপ। থিতাতে নিহয় হয় এবছৰীয়া পুত্ৰ। আৰক্ষীৰ জালত হত্যাকাৰী বিছু তাঁতী ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...