NCERTৰ দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰমত সাল-সলনি

NCERTৰ দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰমত সালসলনি। পাঠ্যক্ৰমৰ পৰা আঁতৰোৱা হ’ল বাবৰি মছজিদ ধ্বংসৰ বিষয়বস্তু। লালকৃষ্ণ আদৱানীৰ ৰথ যাত্ৰাৰ প্ৰসংগও আঁতৰোৱা হ’ল পাঠ্যক্ৰমৰ পৰা। NCERTএ সালসলনি ঘটায় স্কুলীয়া পাঠ্যক্ৰমৰ বিভিন্ন বিষয়। NCERTৰ মতে, ঘৃণা আৰু হিংসা শিক্ষাৰ বিষয়বস্তু নহয়। বিদ্যালয়সমূহে এনেবোৰ বিষয়ত গুৰুত্ব দিয়া উচিত নহয়। NCERTৰ পাঠ্যক্ৰমত এনেবোৰ বিষয় অন্তৰ্ভুক্তিক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ। CBSEৰ অধীনস্থ ৩০ হাজাৰৰো অধিক বিদ্যালয়ত চলে NCERTৰ পাঠ্যক্ৰম। স্কুলীয়া পাঠ্যক্ৰমৰ গেৰুৱাকৰণৰ অভিযোগ অস্বীকাৰ কৰিছে NCERTএ। NCERTৰ সঞ্চালক দীনেশ প্ৰসাদ চাকলানিৰ মতে এয়া পাঠ্যক্ৰমৰ নিয়মীয়া সংশোধন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিজেপি ত্যাগ সংগীত শিল্পী সীমান্ত শেখৰৰ; বিজেপিৰ সকলো পদ ত্যাগ সংগীত শিল্পীগৰাকীৰ

বিজেপিৰ সকলো পদ ত্যাগ সীমান্ত শেখৰৰ, এৰিলে চলচ্চিত্ৰ বিত্ত...

এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ; মহিলা ক্ৰিকেটৰ জৰিয়তে স্বৰ্ণ জয় ভাৰতৰ

এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদকৰ সন্ধান অৱশেষত সফল...

অসম- নাগালেণ্ডৰ মাজত পুনৰ সংঘাত; মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্মত নগা আৰক্ষীৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ

মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্ম অঞ্চলত নগা আৰক্ষীৰ বিৰুদ্ধে অসমীয়া...

পুনৰ উতপ্ত অসম-নাগালেণ্ড সীমান্ত; মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্মত নগা আৰক্ষীৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ

মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্ম অঞ্চলত নগা আৰক্ষীৰ বিৰুদ্ধে অসমীয়া...