পুনৰ বহিঃৰাজ্যত মৃত্যু অসমীয়াৰ

পুনৰ বহিঃৰাজ্যত মৃত্যু হৈছে অসমীয়াৰ। কৰ্ণাটকৰ পৰা উভতি অহা ৰে’লত উদ্ধাৰ হয় বিশেষভাৱে সক্ষম বাবৰ আলী নামৰ লোকজনৰ মৃতদেহ। মৃত বাবৰ আলীৰ ঘৰ ৰৌতাৰ ইকৰাবাৰীত। বাবৰ আলীক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ। চাৰিদিনে পশ্চিমবংগৰ ৰাজাহাট GRP আৰক্ষীৰ জিম্মাত আছে লোকজনৰ মৃতদেহ। ইফালে পৰিয়ালে ধনৰ অভাৱত ঘৰলৈ আনিব পৰা নাই মৃতদেহ। মৃতদেহ আনিবলৈ জিলা প্ৰশাসন, ৰাইজক সহায়ৰ আহ্বান দুৰ্ভগীয়া পৰিয়ালটোৰ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...