ঢকুৱাখনাত চাঞ্চল্যকৰ ঘটনা

ঢকুৱাখনাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱৰ এখন চুমণিৰ মাজত উদ্ধাৰ কৰা হৈছে এটা অর্ধদগ্ধ মৃতদেহ। অর্ধদগ্ধ মৃতদেহটো সুনীল গগৈ নামৰ লোকজনৰ বুলি চিনাক্ত কৰা হৈছে। চুমণিৰ মাজতে দুৰ্বৃত্তই হত্যা কৰি জ্বলাই দিয়াৰ সন্দেহ। সুনীল গগৈ আছিল ঢকুৱাখনা জিলা বিজেপিৰ কৃষান মৰ্চাৰ সভাপতি। ঘটনাস্থলীত উপস্থিত ঢকুৱাখনা আৰক্ষী।

NKTV Digital
Author: NKTV Digital

4 COMMENTS

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...