দেশজুৰি প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ। ২৪ ঘণ্টাত হিট ষ্ট্ৰ’কত মৃত্যু হৈ প্ৰায় অৰ্ধশতাধিকৰ

দেশত অব্যাহত আছে প্ৰচণ্ড গ্ৰীস্ম প্ৰৱাহ। গ্ৰীস্ম প্ৰৱাহৰ মাজতে এক উদ্বেগজনক খবৰ। বিগত ২৪ ঘণ্টাত হিট ষ্ট্ৰ’কত আক্ৰান্ত হৈ মৃত্যু হৈছে প্ৰায় অৰ্ধশতাধিক লোকৰ। বিহাৰত ২৪ ঘণ্টাত বিহাৰত ২৯জন লোকৰ মৃত্যুৰ লগতে হিট ষ্ট্ৰ’কৰ বাবে অসুস্থ ২ শতাধিকৰো অধিক লোক। বিহাৰৰ ঔৰংগবাদ জিলাত মৃত্যু হৈছে ১২জনকৈ লোকৰ। লগতে ৰাজ্যখনৰ ভোজপুৰ, ৰহতাছ, জাহানাবাদ অঞ্চলতো মৃত্যু হয় বহু কেইজনৰ। আনহাতে ওড়িশাত হিট ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু ১৫ জনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰেঁষ্টুৰেণ্টৰ কৰ্মচাৰীৰ বিশ্ব শান্তিৰ চিন্তা এতিয়া ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ

বিশ্বজুৰি যুদ্ধ আৰু সংঘাতৰ পৰিৱেশৰ মাজতে বিশ্ব শান্তিৰ আহ্বানেৰে...

ছোৱালীৰ অনূৰ্ধ্ব-১৯ আন্তঃজিলা ক্ৰিকেটত বোকাখাত চেম্পিয়ন

ছোৱালীৰ অনূৰ্ধ্ব-১৯ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়ন হৈছে বোকাখাত। গুৱাহাটীৰ...

জে কে বৰুৱা ১৯ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেটৰ প্লেট গ্ৰুপত গোৱালপাৰা চেম্পিয়ন

জে কে বৰুৱা ১৯ বছৰ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেটৰ প্লেট...

প্ৰাক্তন নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান, উপ-নিৰ্বাচনৰ প্ৰাৰ্থীত্বৰ জল্পনা

গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত...