ভাৰতৰ জীমনাষ্ট দীপা কৰ্মকাৰৰ ইতিহাস

  • ভাৰতৰ জীমনাষ্ট দীপা কৰ্মকাৰৰ ইতিহাস
  • এছিয়ান ছিনিয়ৰ চেম্পিয়নশ্বিত স্বৰ্ণ জয় কৰি ইতিহাস
  • ছিনিয়ৰ প্ৰতিযোগিতাত স্বৰ্ণ জয়ী প্ৰথমগৰাকী ভাৰতীয় জীমনাষ্ট দীপা
  • উজবেকিস্তানৰ টাছকেণ্টত দেওবাৰে এই ইতিহাস ৰচে দীপাই
  • ১৩.৫৬৬ পইণ্টেৰে স্বৰ্ণ আঁজুৰি আনে ত্ৰিপুৰৰ খেলুৱৈগৰাকীয়ে
  • উত্তৰ কোৰিয়াৰ প্ৰতিপক্ষক পৰাস্ত কৰি দীপাৰ স্বৰ্ণ জয়
  • ড’পিঙৰ অভিযোগত ২১ মাহ ধৰি নিষেধাজ্ঞাৰ সন্মুখীন হৈ আছিল দীপা
  • নিষেধাজ্ঞা প্ৰত্যাহাৰৰ পাছতে সৱল প্ৰত্যাৱৰ্তন ঘটালে অলিম্পিয়ান দীপাই
  • ২০১৫চনত একেখন প্ৰতিযোগিতাত দীপাই লাভ কৰিছিল ব্ৰঞ্জ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...