আজি অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

আজি গুৱাহাটীত নিৰ্বাচনী ৰণ ডংকা বজাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। গুৱাহাটীত ৰোড শ্ব’ত ভাগ ল’ব গৃহমন্ত্ৰীজনে। বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব অমিত শ্বাহে। বিয়লি চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ ৰোড শ্ব’ত ভাগ ল’ব শ্বাহে। গুৱাহাটীৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীক জিকাবলৈ তৎপৰ বিজেপিৰ নেতৃত্ব।মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ প্ৰায়সকল শীৰ্ষ নেতৃত্ব উপস্থিত থাকিব ৰোড শ্ব’ত। অমিত শ্বাহৰ ৰোড শ্ব’ উপলক্ষে গুৱাহাটীত বিশেষ পথ নিৰ্দেশনা যান–বাহন আৰক্ষীৰ।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

NEET UG পুনঃপৰীক্ষাৰ বাবে টেলিগ্ৰামৰ ওপৰত নিষেধাজ্ঞা; দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম

NEET UG পৰীক্ষাৰ পূৰ্বে চৰকাৰে অস্থায়ীভাৱে টেলিগ্ৰাম নিষিদ্ধ কৰাৰ...

কফ চিৰাপ কিনাৰ বাবেও লাগিব চিকিৎসকৰ প্ৰেছক্ৰিপছন

এতিয়াৰে পৰা কফ চিৰাপ ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত জাৰি কৰা হৈছে...

বুধবাৰৰ দিনটো মেছিৰ বাবে উল্লেখযোগ্য; এইবাৰৰ বিশ্বকাপ মেছিৰ বাবে অন্তিম বিশ্বকাপ হ’ব নেকি?

চলি আছে বিশ্বকাপ ফুটবল। এতিয়াও খেলপথাৰত নমা নাই বিশ্বকাপৰ...