ভয়ংকৰ দুৰ্ঘটনাত নিহত ৮জনকৈ লোক

পুনৰ সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। উত্তৰাখণ্ডৰ নাইনিতালত দুৰ্ঘটনাত নিহত হয় ৮জনকৈ লোক। নিহত লোকসকল জলজীৱন মিছন প্ৰকল্পৰ কৰ্মচাৰী আছিল। কাম শেষ কৰি এখন বাহনেৰে ঘৰলৈ উভতিছিল লোকসকল। নাইনিতালৰ বেতালঘাটত দ খাৱৈত বাগৰি পৰে বাহনখন। সোমবাৰে নিশা প্ৰায় ১০.৩০ বজাত সংঘটিত দুৰ্ঘটনাটো। শোকাৱহ দুৰ্ঘটনাটোত চালক ৰাজেন্দ্ৰ কুমাৰৰ মৃত্যু। নিহতসকলৰ ৭জনেই নেপালৰ নাগৰিক আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গ্ৰাহকৰ বেশত দোকানত সোমাই চুৰুণীয়ে নিলে কাপোৰ

গ্ৰাহকৰ বেশত দোকানত সোমাই মুহূৰ্ততে লৈ গ’ল প্ৰায় ৩০...

শিল্পী পুতুল সিং টুমুঙৰ অকাল বিয়োগ

ৰাজ্যৰ সাংস্কৃতিক জগতৰ পৰা পুনৰ আহিছে এক দু:খবৰ। গীতিকাৰ,...

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ। CBIয়ে গ্রেপ্তাৰ কৰিছে...

বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো বাহন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইখন বাহন। শ্বাহতাৰা...