এসপ্তাহত ১০০ৰো অধিক বাইক চুৰি গুৱাহাটীত

গুৱাহাটীত দ্ৰুত গতিত বৃদ্ধি পাইছে বাইক চোৰৰ সন্ত্ৰাস। এসপ্তাহত ১০০ৰো অধিক বাইক চুৰি গুৱাহাটীত। প্ৰতিদিনে ১০–১২খনকৈ বাইক চুৰি কৰিছে বাইক চোৰৰ দলে। চোৰৰ পৰা সাৰি নগ’ল খোদ আৰক্ষী। বশিষ্ঠ থানাৰ যান-বাহন শাখাৰ বিষয়াৰ বাইক চুৰি। সৰ্বাধিক বাইক চুৰিৰ ঘটনা দিছপুৰ থানা এলেকাত। এটা সপ্তাহত ৫০ৰো অধিক বাইক চুৰি দিছপুৰ থানা এলেকাত। চোৰৰ টাৰ্গেট এনফিল্ড, ডিউক, এফ জেদ বাইক। চুৰি বাইক বহিঃৰাজ্যৰ লগতে বাংলাদেশলৈ সৰবৰাহ । মহানগৰ আৰক্ষী সম্পূৰ্ণৰূপ ব্যৰ্থ চুৰি চক্ৰ উৎখাত কৰাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...