৯৬ সংখ্যক অস্কাৰ ঘোষণা

৯৬ সংখ্যক অস্কাৰ ঘোষণা। ‘অপেনহেইমাৰ’লৈ শ্রেষ্ঠ ছবিৰ অস্কাৰ। ‘অপেনহেইমাৰ’ৰ পৰিচালক ক্ৰিষ্টোফাৰ ন’লানলৈ শ্রেষ্ঠ পৰিচালকৰ অস্কাৰ। চিলিয়ান মাৰ্ফিলৈ শ্রেষ্ঠ অভিনেতাৰ সন্মান। ‘অপেনহেইমাৰ’ত কৰা দুৰ্দান্ত অভিনয়ৰ বাবে মাৰ্ফিলৈ অস্কাৰ। শ্রেষ্ঠ অভিনেত্রীৰ অস্কাৰ ইম্মা ষ্ট’নলৈ। ‘প’ৰ থিংছ’ত কৰা অভিনয়ৰ বাবে অস্কাৰ ইম্মা ষ্ট’নলৈ। শ্রেষ্ঠ সহঃ অভিনেতাৰ অস্কাৰ ৰ’বাৰ্ট ডৌনি জুনিয়ৰলৈ। শ্রেষ্ঠ সহঃ অভিনেত্ৰীৰ অস্কাৰ ডিভাইন জয় ৰেণ্ডলফলৈ। ‘অপেনহেইমাৰ’লৈ শ্ৰেষ্ঠ চিনেমেট’গ্রাফীৰ অস্কাৰ। শ্রেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ছবিৰ অস্কাৰ ইউ কেৰ ‘দ্য জ’ন অব ইণ্টাৰেষ্ট’লৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল কিদৰে চলিব? জানক এই সেউজ ইঞ্জিনৰ আঁৰৰ বিজ্ঞান

ভাৰতীয় ৰে’লৱেই দেশৰ পৰিবহণ খণ্ডত এক নতুন আৰু পৰিৱেশ-অনুকূল...