বঙাইগাঁৱৰ এখন বিদ্যালয়ৰ পৰা অপহৰণ ৩ ছাত্ৰক!

বঙাইগাঁৱৰ মাণিকপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অপহৰণ কৰা হৈছে ৩ জনকৈ ছাত্ৰক।
সোণাইকোলাক এখন বিদ্যালয়ৰ পৰা ৩ ছাত্ৰক অপহৰণ। ছাত্ৰাবাসৰ পৰা অপহৰণ মেট্ৰিকৰ পৰীক্ষাৰ্থীসহ আন ২জনক। সোণাইকোলা শংকৰ-আজান জাতীয় বিদ্যালয়ৰ ছাত্ৰ আছিল তিনিওজন। অপহৃত ছাত্ৰ তিনিজন মিনহাজ তালুকদাৰ, ৰফিকুল ইছলাম আৰু নজমূল হক। ৰফিকুল ইছলাম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী। আনহাতে আন দুজন ছাত্ৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত। দুষ্ট চক্ৰই অপহৰণ কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ। সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

“মাছৰ টেঙা…বহুত সুস্বাদু”: অসমৰ খাদ্যৰ প্ৰশংসাত সুনীল গাভাস্কাৰ গাভাস্কাৰ

অসমলৈ আহিলে কি খাব লাগে? এই প্ৰশ্নৰ উত্তৰত কোনো...

BRICS সন্মিলনত অংশ ল’বলৈ ভাৰতলৈ আহিব চীনা ৰাষ্ট্ৰপতি শ্বী জিনপিঙ

চীনা ৰাষ্ট্ৰপতি সকলো জল্পনা-কল্পনাৰ অন্তঃ BRICS সন্মিলনত অংশ ল’বলৈ...

৮০ৰ দশকৰ AI ফটো ট্ৰেণ্ড: এখন ফটোৰ আঁৰত খৰচ কিমান?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ নষ্টালজিয়া। AI-এ বৰ্তমানৰ ফটোলৈ আনিছে...