লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নেকি কংগনা ৰানাৱটে?

৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ মাজতে লোকসভা নিৰ্বাচনক লৈ চৰ্চা। পোনপটীয়া ৰাজনীতিলৈ আহিব নেকি কংগনা ৰানাৱট?


চণ্ডীগড়ত বিজেপিৰ প্ৰাৰ্থী হ’ব নেকি কংগনা ৰানাৱট?


সাংসদ কিৰণ খেৰৰ ঠাইত কংগনাই বিজেপিৰ টিকট লাভ কৰিব নেকি?


দীৰ্ঘদিনে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ আছে কংগনা।


পূৰ্বেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

অৱশ্যে কংগনা ৰানাৱট অথবা বিজেপিয়ে এইপৰ্যন্ত কোনো তথ্য আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই। তাৰ মাজতে জনপ্ৰিয় অভিনেত্ৰীগৰাকীক লৈ ইতিমধ্যে জল্পনা-কল্পনা আৰম্ভ হৈছে। ইতিমধ্যে ৰাজনৈতিক মহলত আলোচনা-চৰ্চাও চলিছে। অভিনয়ৰ লগতে বিভিন্ন সময়ত কৰা মন্তব্যৰ বাবেও প্ৰায়ে চৰ্চাত থাকে অভিনেত্ৰীগৰাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...