‘বন্দুক বেয়নেট’লৈ ভয় নকৰা পৰাগ দাসৰ স্মৃতিত নাহিদ আফ্ৰিনৰ নতুন গীত

পৰাগ কুমাৰ দাস.. সাহসী সাংবাদিকতাৰ প্ৰতীক আছিল পৰাগ কুমাৰ দাস। এইবাৰ সাহসী সাংবাদিকজনক সন্মান জনাই নৱপ্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনে সাজু কৰিছে এটি নতুন গীত।

নাহিদ আফ্ৰিনে কণ্ঠদান কৰা “আগানৰ গান” শীৰ্ষক গীতটি প্ৰযোজনা কৰিছে ‘শব্দব্ৰহ্ম’ই। অহা ১৪ আগষ্টত জ্যোতি চিত্ৰবনৰ ভিডিঅ’ কনফাৰেন্সিং হলত মুক্তি পাব এই গীতটি।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...